হিয়াচোৰ
নাজানো মই কিয় ভাল লাগে তোমাক! নুবুজো মই কিয় ভাবি থাকো তোমাৰে কথা! কৰ পৰা বা আহিছা তুমি ক'ত বা তুমি থাকা, একোকে নাজানো মই; তথাপি ভাল লাগে তোমাক, আৰু দেখিবলৈ মন যায় তোমাৰেই বদন । ৰৈ থাকো মই বাটৰ পাৰত তোমাকেই দেখিবলৈ । শুই থাকো মই গছৰ তলত তোমাকে সপোনত পাবলৈ । নাজানো মই কোন যে তুমি! কৰিলা মোৰ হিয়া চুৰ। কৰিব নোৱাৰিম মই আৰু অলপো সহ্য ...। - Washim Ul Islam