হিয়াচোৰ

নাজানো মই
         কিয় ভাল লাগে তোমাক!
নুবুজো মই
          কিয় ভাবি থাকো তোমাৰে কথা!
কৰ পৰা বা আহিছা তুমি
ক'ত বা তুমি থাকা,
          একোকে নাজানো মই;
তথাপি ভাল লাগে তোমাক,
আৰু দেখিবলৈ মন যায়
         তোমাৰেই বদন ।
ৰৈ থাকো মই বাটৰ পাৰত
         তোমাকেই দেখিবলৈ ।
শুই থাকো মই গছৰ তলত
         তোমাকে সপোনত পাবলৈ ।
নাজানো মই
         কোন যে তুমি!
কৰিলা মোৰ হিয়া চুৰ।
কৰিব নোৱাৰিম মই
আৰু অলপো সহ্য ...।
                            - Washim Ul Islam

Comments

Popular posts from this blog

Silence

The Smooth Flow

You and Me